Download GK eBook 👇
অসমীয়া সাহিত্য শিতানৰ প্ৰশ্নোত্তৰ::
১) “Discovery of Assam” শীৰ্ষক গ্ৰন্থখনৰ লিখক কোন ?
ক) Bhabendra Nath Saikia
খ) Satish Chandra Kakati ✅✅
গ) Homen Borgohain
ঘ) None of them
২) অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল?
ক) ১৯৩৭
খ) ১৮৮৮ ✅✅
গ) ১৮৩৮
ঘ) ১৯৮৮
৩) অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল?
ক) শিৱৰাম শৰ্মা বৰদলৈ ✅✅
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) হেম বৰুৱা
ঘ) পদ্মনাথ গোহাঞিবৰুৱা
৪) প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন?
ক) লক্ষ্মীনাথ বেজবৰুৱা ✅✅
খ) হেমচন্দ্র গোস্বামী
গ) আত্মাৰাম শৰ্মা
ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
৫) অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল?
ক) অজিৎ বৰুৱা
খ) অতুলানন্দ গোস্বামী
গ) আনন্দ চন্দ্ৰ বৰুৱা
ঘ) ভট্টদেৱ ✅✅
৬) সত্ৰনগৰী হিচাপে কোনখন জিলাক জনা যায়?
ক) মাজুলী
খ) বৰপেটা ✅✅
গ) কামৰূপ
ঘ) নগাঁও
৭) কাক সীমান্ত গান্ধী নামেৰেও জনা যায়?
ক) মহাত্মা গান্ধী
খ) খান আব্দুল গফুৰ খান ✅✅
গ) লিয়াকত আলী
ঘ) ওপৰৰ এজনো নহয়
৮) মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল?
ক) ১৯৮১
খ) ১৯৯৭
গ) ১৯৮৭
ঘ) ১৯৮০ ✅✅
৯) তলৰ কোন গৰাকী ব্যক্তি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ নাছিল ?
ক) ড° মনমোহন সিং
খ) ৰঘুৰাম ৰাজন
গ) ডি চুব্বাৰাও
ঘ) বি. আৰ আম্বেদকাৰ ✅✅
১০) কৈলাশ সত্যাৰ্থীয়ে কোন চনত নোবেল বঁটা লাভ কৰিছিল ?
ক) ২০১৫ চনত
খ) ২০১৭ চনত
গ) ২০১৪ চনত ✅✅
ঘ) ২০১৬ চনত
Assam Literature MCQs
১১) “প্ৰিয়তমাৰ চিঠি” কবিতাটোৰ ৰচক কোন?
ক) হেমচন্দ্ৰ গোস্বামী ✅✅
খ) চন্দ্ৰ কুমাৰ আগৰৱালা
গ) লক্ষ্মীনাথ বেজবৰুৱা
ঘ) ভবেন্দ্ৰনাথ শইকীয়া
১২) জোনাকী আলোচনীখন কিমান চনত প্ৰকাশিত হয়?
ক)১৯৪৫
খ)১৯৮৮
গ)১৮৮৯ ✅✅
ঘ)১৮৮৮
১৩) অৰুনোদয় আলোচনীখন ক’ৰ পৰা প্ৰকাশিত হৈছিল ?
ক) যোৰহাট
খ) শিৱসাগৰ ✅✅
গ) বৰপেটা
ঘ) ওপৰৰ এটাও নহয়
১৪) “Assam Buranji” কোনে লিখিছিল?
ক) কাশীনাথ তামূলী ফুকন ✅✅
খ) নাথান ব্ৰাউন
গ) মাইলচ্ ব্ৰনছন
ঘ) ওপৰৰ এজনো নহয়
১৫) বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ –
(A) কাৰ্বি সকলৰ
(B) বড়ো সকলৰ ✅✅
(C) তিৱা সকলৰ
(D) ৰাভা সকলৰ
১৬) অসমীয়া অভিধান “হেমকোষ” ত মুঠ কিমানটা শব্দ আছে?
ক) ২২,৩৪৫ টা
খ) ২৩,৩৪৬ টা
গ) ২২,৩৪৬ টা ✅✅
ঘ) ২৩,৪৩৬ টা
১৭) “বনজুই” উপন্যাসখনৰ লেখক কোন?
ক) বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
খ) প্ৰেমনাৰায়ণ দত্ত
গ) ছৈয়দ আব্দুল মালিক ✅✅
ঘ) পদ্ম বৰকাকতি
১৮) “সেউজ পাতৰ কাহিনী” উপন্যাসখন কোনো লিখিছিল?
ক) বীনা বৰুৱা
খ) ৰস্না বৰুৱা ✅✅
গ) লক্ষ্মীনাথ বেজবৰুৱা
ঘ) পদ্মনাথ গোহাঞিবৰুৱাৰ
বীনা বৰুৱা , ৰস্না বৰুৱা এই নাম দুটা বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম নাম আছিল। “সেউজ পাতৰ কাহিনী” উপন্যাসখন তেখেতে ৰস্না বৰুৱা ছদ্মনামেৰে প্ৰকাশ কৰিছিল।
১৯) প্ৰথমখন অসমীয়া আলোচনী হ’ল –
ক) অৰুনোদয় ✅✅
খ) বাঁহী
গ) জোনাকী
ঘ) ওপৰৰ এটাও নহয়
২০) অৰুনোদয় আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল ?
ক) ১৯৪৬
খ) ১৮৪৬ ✅✅
গ) ১৮৪৭
ঘ) ১৯৩৯
২১) অসমীয়াসাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল?
ক) শংকৰদেৱে
খ) মাধৱদেৱে
গ) মাধৱ কন্দলিয়ে ✅✅
ঘ) ৰাম সৰস্বতীয়ে
২২) “A Grammar of Assamese Language” কোনে লিখিছিল?
ক) উইলিয়াম ৰবিনছন ✅✅
খ) নাথান ব্ৰাউন
গ) মাইলচ্ ব্ৰনছন
ঘ) ওপৰৰ এজনো নহয়