অসমীয়া কুইজঃ
১) অসম কৃষি বিশ্ববিদ্যালয়(যোৰহাট) কেতিয়া স্থাপন কৰা হৈছিল?
ক) ১৯৬০ চনত
খ) ১৯৬৫ চনত
গ) ১৯৬৯ চনত
ঘ) ১৯৭০ চনত
উত্তৰ- গ) ১৯৬৯ চনত
২) অসমৰ প্ৰথম ৰাজ্যপাল কোন ?
ক) বসন্ত দাস
খ) ছালেহ আকবৰ হাইদৰী
গ) গোপীনাথ বৰদলৈ
ঘ) ছৈয়দ ছাদুল্লা
উত্তৰ-খ) ছালেহ আকবৰ হাইদৰী
assamese gk question and answer
৩) ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথম গৰাকী অসমীয়া কোন?
ক) কুশল কোঁৱৰ
খ) কনকলতা বৰুৱা
গ) গোমধৰ কোঁৱৰ
ঘ) ভোগেশ্বৰী ফুকননী
উত্তৰ- গ) গোমধৰ কোঁৱৰ
৪) কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল?
ক) ভাৰত ত্যাগ আন্দোলন
খ) আইন অমান্য আন্দোলন
গ) স্বদেশী আন্দোলন
ঘ) অসহযোগ আন্দোলন
উত্তৰ- ক) ভাৰত ত্যাগ আন্দোলন
৫) কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল?
ক) জয়মতী
খ) কনকলতা বৰুৱা
গ) ৰাণী লক্ষ্মীবাঈ
উত্তৰ- ক) জয়মতী
৬) স্বাধীনতা সংগ্ৰামৰ সময়ত, “মৃত্যু বাহিনী” কাৰ নেতৃত্বত গঠন কৰা হৈছিল ?
(ক) চন্দ্ৰপ্ৰভা শইকীয়া
(খ) পুষ্পলতা দাস
(গ) ৰাণী গাইডিনলিউ
(ঘ) কনকলতা বৰুৱা
উত্তৰ- (খ) পুষ্পলতা দাস
assamese gk question and answer
৭) শিৱ দৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল?
(ক) প্ৰমত্ত সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) পুৰন্দৰ সিংহ
(ঘ) শিৱ সিংহ
উত্তৰ- (ঘ) শিৱ সিংহ
৮)অসমৰ প্ৰথম ষ্টেডিয়াম ক’ত নিৰ্মাণ কৰা হৈছিল?
(ক) যোৰহাট
(খ) গোলাঘাট
(গ) শিৱসাগৰ
(ঘ) ধেমাজি
উত্তৰ- (ক) যোৰহাট
৯) ১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিয়া হৈছিল?
(ক) পিয়লি ফুকন
(খ) মণিৰাম দেৱান
(গ) গোমধৰ কোঁৱৰ
(ঘ) পিয়লি বৰুৱা
উত্তৰ – (গ) গোমধৰ কোঁৱৰ
১০) তলৰ কোনটো আন্দোলনক “আগষ্ট বিপ্লৱ” বুলিও জনা যায়?
ক) অসহযোগ আন্দোলন
খ) ভাৰত ত্যাগ আন্দোলন
গ) আইন অমান্য আন্দোলন
ঘ) খিলাফত আন্দোলন
উত্তৰ- খ) ভাৰত ত্যাগ আন্দোলন
GK Ebook- 2022 (Click here)
More GK
follow us on facebook
assamese gk question and answer