Assam Quiz ( অসম কুইজ )

 



১) শালস্তম্ভ বংশৰ ৰাজধানী ক’ত আছিল ?

ক) কামৰূপ

খ) প্ৰাগজ্যোতিষপুৰ

গ) হিদিম্বাপুৰ

ঘ) হৰূপেশ্বৰ

 

উত্তৰ- ঘ) হৰূপেশ্বৰ

 

২) কুমাৰ ৰজা হিচাপে কাক জনা যায়?

ক) সমূদ্ৰ বৰ্মন

খ) পূষ্য বৰ্মন

গ) ভাস্কৰ বৰ্মন

ঘ) ভূতি বৰ্মন

 

উত্তৰ – গ) ভাস্কৰ বৰ্মন

 

৩) কামৰূপৰ বৰ্মন বংশৰ ৰাজধানী আছিল –

ক) ডিমাপুৰ

খ) প্ৰাগজ্যোতিষপুৰ

গ) গুৱাহাটী

ঘ) দিছপুৰ

উত্তৰ – খ) প্ৰাগজ্যোতিষপুৰ

 

৪) প্ৰাচীন অসমত বসবাস কৰা জনগোষ্ঠী হৈছে –

ক) বড়ো

খ) কাৰ্বি

গ) খাচী

ঘ) ডিমাছা

 

উত্তৰ – গ) খাচী

 

৫) অনিৰুদ্ধ কাৰ নাতিয়েক আছিল ?

ক) শিৱ

খ) ব্ৰহ্ম

গ) কৃষ্ণ

ঘ) বিষ্ণু

 

উত্তৰ – গ) কৃষ্ণ

 

৬) শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল?

ক) নৰকাসুৰ

খ) বানৰজা

গ) ভাস্কৰ বৰ্মন

ঘ) মহিৰংগ দানৱ

 

উত্তৰ – খ) বানৰজা

 



Leave a Comment

error: Content is protected !!