ASSAM HISTORY DAILY MCQs ( অসমৰ ইতিহাস বিষয়ক প্ৰশ্নোত্তৰ)

Assam history MCQs: 

 

Assam history MCQ plays an important role in every competitive exam in Assam. In order to improve your marking, you must be aware of each and every topic of Assam history. We have updated our post with a set of 300+ most common

 

১) কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল
(ক) ২০০২
(খ) ২০০৪
(গ) ২০০৫
(ঘ) ২০০৭
উত্তৰ ঘ

২) গিবন কোন ঠাইত অৱস্থিত
(ক) চিৰাং
(খ) ডিব্ৰুগড়
(গ) কোকৰাঝাৰ
(ঘ) যোৰহাট

উত্তৰ ঘ

৩) কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়
(ক) ১৯৭০
(খ) ১৯৭২
(গ) ১৯৭৫
(ঘ) ১৯৭৭

উত্তৰ ক




৪)কোনখন চহৰক অসমৰ মানচেষ্টাৰ ( মানচেষ্টাৰ) বুলিও জনা যায়
(ক) যোৰহাট
(খ) শুৱালকুচি
(গ) ডিফু
(ঘ) ডিগবোই

উত্তৰ খ

 

Assam history MCQ

৫) কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়
(ক) ১৯৩৫
(খ) ১৯৪২
(গ) ১৯৪৮
(ঘ) ১৯৫০

উত্তৰ গ

৬)গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল
(ক) কৃষ্ণ কান্ত সন্দিকৈ
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) পদ্মনাথ গোহাঁই বৰুৱা
(ঘ) ৰজনীকান্ত বৰদলৈ

উত্তৰ ক

৭)অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা
(ক) ১২
(খ) ১৩
(গ) ১৪
(ঘ) ১৬

উত্তৰ গ

৮) কোন চনত লক্ষ্মীনাথ বেজবৰাক অসম সাহিত্য সভাই ‘ৰসৰাজ’ সন্মানেৰে সন্মানিত কৰে
(ক) ১৯১৭
(খ) ১৯২২
(গ) ১৯২৮
(ঘ) ১৯৩১

উত্তৰ ঘ

 

Assam history MCQ

৯) নামঘোষা কোনে লিখিছিল
(ক) শংকৰদেৱ
(খ) মাধৱদেৱ
(গ) মাধৱ কন্দলী
(ঘ) ওপৰৰ কোনোটো নহয়

উত্তৰ খ




 

APSC Current Affairs

১০)হালধিয়া চৰাইয়ে বাওধন খাই”য়ে কোন বছৰটোৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে
(ক) ১৯৮৫
(খ) ১৯৮৮
(গ) ১৯৯০
(ঘ) ১৯৯১

উত্তৰ খ

১১)”হালধিয়া চৰাইয়ে বাওধন খাই” বোলছবিখন পৰিচালনা কৰিছিল
(ক) ভবেন্দ্ৰ নাথ শইকীয়া
(খ) জাহ্নু বৰুৱা
(গ) ভূপেন হাজৰিকা
(ঘ) মঞ্জু বৰা

উত্তৰ খ

Current affairs MCQs

১২)ভাৰতীয় ভূমিখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যৰ দ্বাৰা সামৰি লোৱা হৈছে
(ক) ৩.৩৯%
(খ) 2.39%
(গ) 4.39%
(ঘ) 2.93%

উত্তৰ খ

১৩) কি ভাষাত শংকৰদেৱে বৰগীত লিখিছিল
(ক) অসমীয়া
(খ) সংস্কৃত
(গ) বঙালী
(ঘ) ব্ৰজাৱলী

উত্তৰ ঘ

১৪)কেতিয়া পথাৰুঘাটৰ বিদ্ৰোহ হৈছিল
(ক) ১৮৫৭
(খ) ১৮৬৪
(গ) ১৮৮৯
(ঘ) ১৮৯৪

উত্তৰ ঘ

১৫)টেৰাকোটা উদ্যোগটো কত অৱস্থিত
(ক) ধুবুৰী
(খ) কৰিমগঞ্জ
(গ) গোৱালপাৰা
(ঘ) ধেমাজি

উত্তৰ ক




2 thoughts on “ASSAM HISTORY DAILY MCQs ( অসমৰ ইতিহাস বিষয়ক প্ৰশ্নোত্তৰ)”

Leave a Comment

error: Content is protected !!