Assam GK MCQs ( সম্পূৰ্ণ অসমীয়াত)

Assam GK MCQs

Assam GK is an important part of any competitive exam like PNRD, Agriculture, Irrigation, Assam TET, APSC CCE etc.

Here we provide assam gk MCQs for helping you to succeed in your upcoming exams.



আমাৰ প্ৰয়াস শুদ্ধ আৰু সঠিক প্ৰশ্নোত্তৰ সমূহ আপোনালোকক দিবলৈ। যদি কিবা ভুল দেখে তেন্তে আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।

লিংকটো শ্বেয়াৰ কৰি দিব 🙏🙏

 

Q. চন্দ্রকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

ক) ওৰণি

খ) প্ৰতিমা ✅

গ) বীন-বৰাগী

ঘ) তুমি

 

Q. ‘অসমীয়া সাহিত্য চ’ৰা’ কেতিয়া স্থাপিত হৈছিল?

ক) ১৮৮৮ চনত

খ) ১৮৭২ চনত✅

গ) ১৮৭৪ চনত

ঘ) ১৮৮২ চনত

 

Q. প্ৰাগৈতিহাসিক অসমক কি নামেৰে জনাজাত??

ক) কামৰূপ

খ) প্ৰাগজ্যোতিষপুৰ✅

গ) ৰত্নপীঠ

ঘ) কমতাপুৰ

 

Q. প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল?

ক) হটক অসুৰ

খ) সম্বৰ অসুৰ

গ) মহীৰংগ দানৱ ✅

ঘ) নৰকাসুৰ

Assam GK MCQs

Q. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল?

 

ক) অসুৰ বংশ

খ) দানৱ বংশ

গ) বৰ্মন বংশ

ঘ) ভৌম বংশ✅




Q. কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন?

 

ক) ৰত্নপাল

খ) ব্ৰহ্মপাল ✅

গ) ধৰ্মপাল

ঘ) জয়পাল

Q. তলৰ কোনখন দেশত দ্বি-দলীয় ব্যৱস্থা আছে?

ক) ইংলেণ্ড

খ) আমেৰিকা যুক্তৰাষ্ট্ৰ

গ) জামাইকা

ঘ) ওপৰৰ আটাইকেইটাত ✅

 

Q. অসহযোগ আন্দোলন আৰম্ভ হয়-

ক) ৮ মাৰ্চ, ১৯১৯

খ) ৫ চেপ্তেম্বৰ,১৯২০✅

গ) ৮ চেপ্তেম্বৰ,১৯২১

ঘ) ৫ চেপ্তেম্বৰ, ১৯১৯

 

Q. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন?

ক) নানা চাহেব

খ) মণিৰাম দেৱান

গ) ঈশ্বৰী পাণ্ডে

ঘ) মংগল পাণ্ডে ✅

 

Q. নৰিয়া ৰজা হিচাপে কোনজন আহোম ৰজাক জনা যায়?

ক) চুডাংফা

খ) চুতেউফা

গ) চুত্যিংফা ✅

ঘ) ওপৰৰ এজনো নহয়

 

Q. আধুনিক ভাৰতৰ পিতৃ বুলি কাক জনা যায়?

ক) জৱাহৰলাল নেহৰু

খ) মহাত্মা গান্ধী

গ) ৰাজা ৰাম মোহন ৰায়✅

ঘ) স্বামী বিবেকানন্দ

 

Q. লক্ষ্ণৌত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

ক) বেগম হজৰত মহল✅

খ) কোঁৱৰ সিং

গ) নানা চাহেব

 

Q. মোগল সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো হ’ল-

ক) ইছলাম

খ) বৌদ্ধ

গ) দিন-ই-ইলাহী ✅

ঘ) ওপৰৰ এটাও নহয়




Q. ‘বন্দেমাতৰম্’ গীতটো কোনে ৰচনা কৰিছিল?

ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

খ) ভগত সিং

গ) বংকিম চন্দ্ৰ চেটাৰ্জি ✅

ঘ) ওপৰৰ এজনো নহয়

 

Q. ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল?

ক) বেংগল গেজেট ✅

খ) অৰুণোদয়

গ) কেশৰী

ঘ) বংগ দৰ্শন

 

Q. ১৮৫৭ চনৰ বিদ্ৰোহক কোনে প্ৰথম স্বাধীনতাৰ যুদ্ধ বুলি আখ্যা দিছিল?

ক) সাৱাৰকাৰ ✅

খ) ৰাজা ৰাম মোহন ৰায়

গ) নৰ্টন

ঘ) ছাৰ জেমছ আউটৰাম

আৰু অধিক সাধাৰণ জ্ঞানৰ কুইজ প্ৰশ্নোত্তৰ পঢ়িবলৈ ক্লিক কৰক

Q. মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজাজন হ’ল-

ক) চন্দ্রগুপ্ত মৌৰ্য

খ) অশোক ✅

গ) বিন্দুসাৰ

ঘ) ওপৰৰ এজনো নহয়



1 thought on “Assam GK MCQs ( সম্পূৰ্ণ অসমীয়াত)”

Leave a Comment

error: Content is protected !!