অসম ডাইৰেক্ট নিযুক্তিৰ ফলাফল ২০২২ ডাইৰেক্ট লিংক (আউট)

অসম ডাইৰেক্ট নিযুক্তিৰ ফলাফল ২০২২ ডাইৰেক্ট লিংক (আউট) | Assam Direct Recruitment Result 2022 Direct Link (Out):




অসম প্ৰত্যক্ষ নিযুক্তিৰ ফলাফল ২০২২

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (SLRC) হৈছে মূল নিযুক্তি কৰ্তৃপক্ষ যিয়ে অসম প্ৰত্যক্ষ নিযুক্তি ২০২২ৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে কৰ্তৃত্ব দিছে । এইবাৰ ২১ আগষ্ট ২০২২ & ২৮ আগষ্ট ২০২২ তাৰিখে চতুৰ্থ  আৰু  তৃতীয় শ্ৰেণীৰ বাবে অসম পোনপটীয়া নিযুক্তি ২০২২ ৰ পৰীক্ষা সফলতাৰে অনুষ্ঠিত হয়।

অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় বৰ্গৰ ফলাফল  ৬ নবেম্বৰ তাৰিখে দিনৰ ১১ বজাত দিয়াৰ কথা ঘোষনা কৰিছে মুখ্যমন্ত্ৰীয়ে।

Assam Direct Recruitment Grade iv Results 2022 Online কেনেকৈ চাব?

  • First step to find the Seba online official website link or open sebaonline.org in the browser.
  • find the Assam SLRC Grade 3 and Grade 4 results 2022 link
  • Enter the login credentials such as registration no./Roll no. & Password/date of birth.
  • Submit details correctly in the given space.
  • now the exam control of SLRC will also release the Assam Direct Recruitment Selection list 2022 pdf download name wise.
  • Download it.
  • Take print out




তৃতীয় বৰ্গৰ ফলাফল – ইয়াত ক্লিক কৰক

Results of the Written Examination of State Level Recruitment Commission

for CLASS III POSTS 
held on 28/08/2022 & 11/09/2022
Click on the links given below to view/ download your result
Paper III
HSSLC or Equivalent

Paper IV

Bachelor’s Degree/ Bachelor’s Degree with Computer Certificate/ Diploma

Paper V

HSLC or Equivalent (for the post of DRIVER)

CUT OFF – Class_III_Cut_Off_List_2022

or Direct Link –

HSLC – Click here

Class 8 Level – Click here

Official Website – sebaonline.org

 

ৰিজাল্টৰ আৰ্হি-

 

Leave a Comment

error: Content is protected !!