Assam  daily MCQ

 

Assam  daily MCQ

Assam  daily MCQ plays an important role in every competitive exam in Assam. In order to improve your marking, you must be aware of each and every topic of Assam daily mcq. We have updated our post with a set of 300+ most common

 

১) অসমীয়া ভাষাত কি বিভক্তি পোৱা নাযায়?
ক) প্ৰথমা
খ) ষষ্ঠী
গ) পঞ্চমী
ঘ)সপ্তমী

উত্তৰ গ

২) অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্পৰ নাম কি?

ক) কাশী বাখি
খ) সেউতী
গ)মলক গুইন গুইন
ঘ) ভুকেন্দ্ৰ বৰুৱা

উত্তৰ খ

assam daily mcqs

৩) লক্ষ্মীনাথ বেজবৰুৱা একমাত্ৰ কবিতা পুথিৰ নাম কি?

ক) জোনবিৰি
খ) লিতিকাই
গ)পদুম কুঁৱৰী
ঘ)কদমকলি

উত্তৰ ঘ

৪)লক্ষ্মীনাথ বেজবৰুৱা কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল?

ক) ১৯২৪
খ)১৯২৮
গ)১৯৩২
ঘ)১৯২২

উত্তৰ ক

assam daily mcqs

৫)অসমীয়া ভাষাত সপ্তমী বিভক্তিৰ চিন কি?

ক) ৰ
খ) ত
গ)লৈ
ঘ) এ

উত্তৰ খ




৬)অসমীয়া ভাষাত মধ্যম পুৰুষৰ বিভক্তি কেইটা?

ক)দুটা
খ)চাৰিটা
গ)তিনিটা
ঘ)এটা

উত্তৰ ক

৭)তলৰ কোনটো ভাষা অসমীয়া ভাষাৰ উপভাষা নহয়?

ক) পূব বংগৰ ভাষা

খ)কামৰূপী ভাষা

গ) গোৱালপৰীয়া উপভাষা

ঘ)মঙ্গলদৈৰ উপভাষা

উত্তৰ ক

assam daily mcqs

৮)লক্ষ্মীনাথ বেজবৰুৱা ই কোনখন আলোচনী সম্পাদনা কৰিছিল?

ক)জোনাকী
খ) বাঁহী
গ) সাতসৰী
ঘ)অসম বাণী

উত্তৰ খ

৯)ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা?
ক) পাঁচটা
খ) চাৰিটা
গ)তিনিটা
ঘ) সাতটা

উত্তৰ গ

১০)অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত কেইটা মত পোৱা যায়?

ক) ৫
খ)৪
গ)৩
ঘ)৭

উত্তৰ ক



Leave a Comment

error: Content is protected !!