APSC Tutorials Daily Quiz Answers [Modern Indian History]

India History Quiz:

APSC Tutorials Daily Quiz::






 

1.“Go Back to Vedas“. Who among the following gave this motto?

 

A) Swami Vivekananda

B) Swami Dayananda Saraswati ✅✅

C) Ramkrishna Paramahansa

D) None of the above

 

2.In which of the following languages was the Ghadar Journal was first published?

A) Urdu ✅✅

B) English

C) Punjabi

D) Sanskrit

3.The annulment of Partition of Bengal was done by __?

A) Lord Curzon

B) Lord Minto

C) Lord Hardinge ✅✅

D) Lord Chelmsford

 

4. ভাৰতীয় সাম্যবাদী দল (CPI) ৰ মাজত প্ৰথম কেতিয়া বিভাজন হৈছিল ?

 

ক) ১৯৬০ চনত

খ) ১৯৬২ চনত

গ) ১৯৬৪ চনত ✅✅

ঘ) ১৯৬১ চনত

 

5. বংগ বিভাজন কেতিয়া হৈছিল?

 

ক) ১৯০৫ চনত ✅✅

খ) ১৯০৬ চনত

গ) ১৯০৯ চনত

ঘ) ১৯০৪ চনত

 

6.বংগ বিভাজন সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল?

 

ক) লৰ্ড উইলিয়াম বেন্টিংক

খ) লৰ্ড কাৰ্জন ✅✅

গ) লৰ্ড কেনিংগ

ঘ) লৰ্ড ডেলহাউচি

 

7. ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

 

ক) ৰাজা ৰামমোহন ৰায় ✅✅

খ) দয়ানন্দ সৰস্বতী

গ) ইশ্বৰ চন্দ্র বিদ্যাসাগৰ

ঘ) গোবিন্দ ৰানাডে

 

8. ব্ৰাহ্ম সমাজ কেতিয়া গঠন কৰিছিল?

 

ক) ১৯২৮ খ্ৰীষ্টাব্দত

খ) ১৮২৮ খ্ৰীষ্টাব্দত ✅✅

গ) ১৮৬৭ খ্ৰীষ্টাব্দত

ঘ) ১৮৭৫ খ্ৰীষ্টাব্দত

 




9. আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

 

ক) ৰাজা ৰামমোহন ৰায়

খ) দয়ানন্দ সৰস্বতী ✅✅

গ) ইশ্বৰ চন্দ্র বিদ্যাসাগৰ

ঘ) গোবিন্দ ৰানাডে

 

10. প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

 

ক) আত্মাৰাম পান্ডুৰাগ ✅✅

খ) দয়ানন্দ সৰস্বতী

গ) ইশ্বৰ চন্দ্র বিদ্যাসাগৰ

ঘ) গোবিন্দ ৰানাডে




Leave a Comment

error: Content is protected !!