APSC Current Affairs in Assamese :

A-7 হিমশিল ভগ্ন এন্টাৰ্কটিকা

  • বিশ্বৰ সৰ্ববৃহৎ হিমশিল ভগ্ন। যাৰ নাম আছিল A 7।
  • ই ১৭০ কিমি দীঘল আৰু ২৫ কিমি বহল।
  • European Space Agency satellite  ৰ দ্বাৰা ইয়াক ধৰা পৰিছে।
  • ব্ৰিটিছ চাৰ্ভে ইয়াক পোন প্ৰথমে নিৰীক্ষণ কৰে।
  • ৱেডল সাগৰত ইয়াৰ ভগ্নাৱশেষ সমুহ পোৱা গৈছে ।
  • ই বিশ্বৰ বাবে এক বৃহৎ ক্ষতি বুলিব পাৰি।

ছটা কৈ ভাৰতৰ ইতিহাস প্ৰসিদ্ধ ঠাই UNESCO ৰ World Heritage Site ত নিযুক্ত হল:

  • ভাৰতৰ ছটা কৈ ইতিহাস প্ৰসিদ্ধ ঠাই নিযুক্ত হল ইউনেস্কো world heritage site ত।
  • সংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিঙে  এই কথা ঘোষণা কৰে।
  • গংগা ঘাট বাৰাণসীৰ,Temples of Kancheepuram inTamilNadu,Satpura Tiger Reserve in Madhya Pradesh,Maharashtra Military Architecture,Hire Benkal Megalithic site,Bhedaghat Lametaghat of Narmada Valley এই সমুহ সংযুক্ত কৰা হৈছে।
  • UNESCO  ৰ World Heritage Sites Tentative list ত ৪৮ তকৈ উন্নীত কৰি সংযুক্ত হৈছে।
  • ভাৰতৰ বাবে এক বৃহৎ সাফল্য বুলিব পাৰি।

World bee day

  • প্ৰত্যেক বছৰে ২০ মে তাৰিখে world bee day পালন কৰা হয়।
  • Anton Janša এ ১৭৩৪ চনত প্ৰথম মৌ পালন আৰম্ভ কৰিছিল।
  • ২০১৮ চনত প্ৰথম প্ৰস্তাৱ পায় ৱৰ্ল্ড বি দে উদযাপন কৰিবৰ বাবে।
  • এই বছৰৰ world bee day পালনৰ মূল বিষয় আছিল ” Bee engaged: Build Back Better for Bees”.
  • বিশ্বৰ ৩৩% খাদ্য যোগান এই মৌৰ ওপৰত নিৰ্ভৰ বুলি জানিব পৰা গৈছে।
  • মৌ আমাৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰধান উপাদান বুলিব পাৰি।

চীন আৰু ৰাছিয়াৰ যুটীয়া নিউক্লিয়াৰ প্ৰকল্প:

  • মে ১৯ তাৰিখে চীন আৰু ৰাছিয়াৰ যুটীয়া এক বৃহৎ নিউক্লিয়াৰ প্ৰকল্প আৰম্ভ কৰাৰ হাতত লৈছে।
  • ৰাছিয়াৰ প্ৰেচিদেন্ত Vladimir Putin আৰু চীনৰ প্ৰেচিদেন্ত Xi Jing Ping ৰ সহযোগত এই প্ৰকল্প আৰম্ভ কৰা হৈছে ।
  • যিহেতু চীন নিউক্লিয়াৰ শক্তিৰ ভিতৰত অধিক শক্তিশালী বৰ্তমানে প্ৰায় ৪৯ টা নিউক্লিয়াৰ প্লেণ্ট আছে।
  • এই প্ৰকল্পত ৩৭.৯ বিলিয়ন কিলো ৱত প্ৰতি ঘণ্টাত উৎপত্তি কৰিব পৰা শক্তি আছে।
  • ২০১৮ চনতে এই প্ৰকল্প আৰম্ভৰ কথা উত্থাপন কৰা হয়।

 

চীনৰ নতুন উপগ্ৰহ উৎক্ষেপণ :

  • চীনে নতুন উপগ্ৰহ উৎক্ষেপণ কৰিলে ocean-monitoring haying 2 D।
  • বতৰ নিৰীক্ষণ বিষয়ৰ লগত এই উপগ্ৰহ নিৰীক্ষণ কৰিব।
  • Center in northwest China ৰ পৰা ইয়াক উৎক্ষেপণ কৰা হৈছে।
  • China Academy of Space Technology এ ইয়াক নিৰ্মাণ কৰি উলিয়াইছে।
  • China National Space Administration প্ৰতিষ্ঠা হৈছিল ১৯৩৩ চনত।
  • ইয়াৰ মূল কেন্দ্ৰ বেইজিং ত অৱস্থিত।

ভাৰতীয় নৌ সেনাৰ বিশেষ পদক্ষেপ Oxygen Recycling System :

  • ভাৰতীয় নৌবাহিনীৰ এক বিশেষ পদক্ষেপ হাতত লৈছে সেইয়া হৈছে অক্সিজেন ক পুনঃ ব্যৱহাৰৰ সক্ষম কৰি তোলা।
  • Southern Naval Command ৰ দ্বাৰা সমগ্ৰ প্ৰকল্প গঠন কৰা হৈছে।
  • তেওঁলোকৰ এই প্ৰকল্পৰ দ্বাৰা এই অক্সিজেন দুইৰ পৰা চাৰি বাৰ পৰ্য্যন্ত ব্যৱহাৰ কৰিব পাৰিব।
  • ভাৰতীয় নৌ সেনাৰ প্ৰতিষ্ঠা হৈছিল১৯৫০ চনত।
  • ইয়াৰ প্ৰতিষ্ঠাপক হৈছে আদমিৰাল কৰ্মবীৰ সিং।

World Day for Cultural Diversity for Dialogue and Development:

  • প্ৰত্যেক বছৰে ১ মে তাৰিখে World Day for Cultural Diversity for Dialogue and Development দিৱস পালন কৰা হয়।
  • এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে বিশ্বৰ সংস্কৃতিক সুৰক্ষা কৰা লগতে অনৈক্যৰ মাজত ঐক্য বৰ্তাই ৰখা।
  • ২০০১ চনত UNESCO এ Ei বিষয় টো আঁকোৱালি লৈছিল।
  • ২০০২ চনত ইয়াক দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰে।
  • UNESCO ৰ দিৰেক্টৰ Audrey azoulay।
  • ১৯৪৬ চনত UNESCO প্ৰতিষ্ঠা লাভ কৰিছিল।
  • ইয়াৰ মূলকেন্দ্ৰ পেৰিছ, ফ্ৰান্সত অৱস্থিত।

International Tea Day:

  • প্ৰত্যেক বছৰে ২১ মে দিনটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰা হয়।
  • মূল লক্ষ্য হৈছে চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰ ব্যাপক হাৰত বৃদ্ধি কৰা।
  • UN’s Food and Agriculture Organisation (FAO) এই বিভাগে পোনপ্ৰথমে এই দিৱস উদযাপন কৰে।
  • Tea producing season হিচাপে মে মাহ জনাজাত সেইবাবে এই দিৱস মে মাহত উদযাপন কৰা হয়।
  • এই বছৰৰ মূল বিষয় আছিল Tea and Fair Trade।
  • ২০১৯ ৰ পৰা এই দিৱস পালন কৰা হৈছে।

Martha Karambu Koome প্ৰথম মহিলা মুখ্য ন্যায়ধিশ

  • কেনিয়াৰ প্ৰথম মুখ্য মহিলা ন্যায়ধিশ Martha Karambu Koome।
  • তেওঁ প্ৰথম মহিলা তিনি বিভাগৰ।
  • নাইৰোবি,কেনিয়াৰ ৰাজধানী ।
  • কেনিয়াৰ চলিত টকা Kenyan shilling।
  • কেনিয়াৰ president Uhuru Kenyatta।

Ayushman Bharat Program ত কৰ্ণাটকৰ প্ৰথম স্থান দখল:

  • Ayushman Bharat Program ৰ আধাৰত কৰ্ণাটকে প্ৰথম স্থান দখল কৰিছে।
  • ইয়াৰ জৰিয়তে প্ৰত্যেক গ্ৰাম্য অঞ্চলত ই প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়াইছিল।
  • প্ৰায় ৩০০০ ত কৈও অধিক পৰিয়ালক এই সুবিধা দিয়াত সাফল্য হল।
  • জৰুৰীকালীন তৎকালীন সেৱা আগবঢ়াই ই বিশেষ সফলতা লাভ কৰিছে।
  • প্ৰায় ১১,৫৯৫ কেন্দ্ৰ এই প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰিছিল।

ভাৰতৰ প্ৰথম Agriculture Export Facilitation Centre উৎক্ষেপণ কৰা হল পুনেত:

  • Mahratta Chamber of Commerce, Industry, and Agriculture (MCCIA) ৰ উদ্যোগত ভাৰতৰ প্ৰথমটো agro-export facilitation centre উৎক্ষেপণ কৰা হয়।
  • National Bank for Agriculture and Rural Development (NABARD) ৰ সহযোগত এই সমগ্ৰ প্ৰচেষ্টা হাতত তোলা হৈছে।
  • Farm to farm chain ৰক্ষাৰ জৰিয়তে সমগ্ৰ উদ্যোগ সমূহৰ লগত ৰপ্তানি কেন্দ্ৰিক ব্যৱস্থা অব্যাহত কৰিব।
  • এই চেণ্টাৰ ৰ অধীনত বিভিন্ন কৰ্মশালা, প্ৰশিক্ষণ কাৰ্যাৱলী আয়োজন কৰা হব।
  •  উল্লেখিত বিষয়ৰ লগত সংগতি ৰাখি ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত একো খনকৈ আলোচনা সভা আয়োজন কৰা হব।

Penpa Tsering নতুন প্ৰেচিদেন্ত হিচাপে নিযুক্ত হল Exile Government ত

  • Penpa Tsering পূৰ্বতে অধ্যক্ষ ৰূপেৰে নিযুক্ত আছিল তিব্বত সংসদত।
  • বৰ্তমান নতুন প্ৰেচিদেন্ত হিচাপে নিযুক্তি লাভ কৰিলে তেওঁ।
  • ৬৪০০০ ত কৈ অধিক লোক exile t বসবাস কৰে।
  • এই সমগ্ৰ নিৰ্বাচন দুটা পৰ্যায়ত জানুৱাৰী আৰুএপ্রিলমাহত আয়োজন কৰা হৈছিল।
  • দালাই লামা ক ৰাজনীতিৰ পৰা বহিষ্কাৰ কৰা পাছত এইটো তৃতীয় প্ৰত্যক্ষ নিৰ্বাচন।

ছাবমেৰিন কেবোল নেটৱৰ্ক নিৰ্মাণৰ প্ৰকল্প হাতত ললে Reliance Jio :

  • global partners and submarine cable supplier Subcom ৰ সহযোগত reliance Jio এ কেবোল নেটৱৰ্ক নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে।
  • এই কেবোল নেটৱৰ্কে সংযুক্ত কৰিব ভাৰতৰ লগত এছিয়াৰ বিভিন্ন ব্যৱসায় স্থিত দেশৰ লগত।
  • ইণ্টাৰনেট আৰু telecom ব্যৱস্থাৰ বাবে এই ছাবমেৰিন কেবোল ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
  • আটাইতকৈ তীব্ৰ গতিৰ এই নেটৱৰ্ক চিষ্টেম।
  • ২০২৪ চনলৈ আফ্ৰিকা দেশৰ লগতো ইয়াক সংযুক্ত কৰাৰ পৰিকল্পনা।
  • Reliance Jio ৰ headquarter মুম্বাইত অৱস্থিত।
  • Reliance Jio ৰ প্ৰতিষ্ঠাপক মুকেশ আম্বানি।
  • ২০০৭ চনত প্ৰতিষ্ঠা লাভ কৰিছিল।

কভিদ পৰীক্ষাৰ নতুন প্ৰক্ৰিয়া উদ্ঘাটন SPOT

(Scalable and Portable Testing)

  • কভিদ পৰীক্ষাৰ বাবে এক নতুন শৈলী উদ্ভাৱন কৰা হৈছে ,(Scalable and Portable Testing) SPOT।
  • আমেৰিকাৰ বিজ্ঞানী সকলে সাজি উলিয়াইছে এই বিশেষ যন্ত্ৰ।
  • যিটো অনায়াসে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নিব পাৰি।
  • ৩০ মিনিটৰ ভিতৰত এই যন্ত্ৰটি ফলাফল দিব পাৰে।
  • এতিয়ালৈ এনে কোনো যন্ত্ৰ ওলোৱা নাই যি ইমান তৎক্ষণাৎ ফলাফল দিব পাৰে। ই সৰ্ব প্ৰথম।
  • প্ৰথম উদ্ভাৱনত ১০৪ ত কৈ অধিক পৰীক্ষা কৰা হৈছিল।

Ministry of Tribal Affairs and Microsoft ৰ স্বাক্ষৰ  স্মাৰক পত্ৰ:

  • Digital Transformation of Tribal Schools. ৰ লগত এক স্মাৰক পত্ৰ স্বাক্ষৰ Ministry of Tribal Affairs and Microsoft।
  • এই অভিযানত আশ্ৰম স্কুল আৰু একলৈব্য মডেল ৰেচিদেঞ্চিল স্কুল জনজাতিয় এলেকাত গঠিত হব।
  • এই অভিযানত Artificial Intelligence curriculum ৰ ভিত্তিত জনজাতীয় স্কুল সমূহত হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ হব।
  • শিক্ষক সকলক এই ভিত্তিত প্ৰশিক্ষণ দিয়া হব।
  • E badeged আৰু e certificate প্ৰদান কৰা হব।
  • প্ৰথম ক্ষেত্ৰত ২৫০ খন স্কুলক টাৰৰ্গেত হিচাপে লোৱা হৈছে ।

Leave a Comment

error: Content is protected !!