M K Stalin ক তামিলনাডুৰ মুখ্যমন্ত্ৰী পদৰ বাবে নিযুক্ত:
- তামিলনাডুত নতুন মুখ্যমন্ত্ৰী পদত নিযুক্ত M K Stalin ক।
- পূৰ্বৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, দিবঙত এম কৰুণা নিধিৰ পুত্ৰ M K Stalin ।
- ২০১৯ চনত তেওঁ সংযুক্ত প্ৰগতিশীল সংগঠন হৈ নেতৃত্ব বহন কৰিছিল।
- বৰ্তমান DMK দলে ৩৮ খন আসন ৩৯ খনৰ ভিতৰত লাভ কৰিছে।
- বিধান সভা নিৰ্বাচনত মুঠ ২৩৪ খন আসনৰ ভিতৰত ১৫৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ বেছি আসন DMK দলে লাভ কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে তামিলনাডুত।
- আটাইতকৈ বেছি সংখ্যা গৰিষ্ঠ আসন লাভ কৰিছে DMK দলে,২০২১ ৰ বিধান সভা নিৰ্বাচনত।
প্ৰথম মহিলা ন্যায়ধীশ গীতা মিত্তল ক ” Arline Pacht Global Vision Award” পুৰস্কৃত:
- জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মূখ্য মহিলা ন্যায় ধিশ গীতা মিত্তল ক arline pachat global vision award ৰ দ্বাৰা দুজন প্ৰাপ্তকৰ্তাৰ ৰূপত পুৰস্কৃত কৰা হয় ।
- এই পুৰস্কাৰ ৭ মে তাৰিখে , IAWJ’s ৰ biennial conference ৰ জৰিয়তে ভাৰ্চুৱেল সন্মিলনৰ জৰিয়তে প্ৰদান কৰা হব।
- তেওঁ এই পুৰস্কাৰ মেক্সিকোৰ মাৰ্ঘেৰিটা লুনা ৰমচ ৰ লগত ভাগ বতৰা কৰে।
- International Association of Women Judges এ এই পুৰস্কাৰ ৰ প্ৰতিষ্ঠা কৰে। গীতা মিত্ত ল এই পুৰস্কাৰ প্ৰাপ্ত ৰ প্ৰথম মহিলা ন্যায়ধিশ।
- এই পুৰস্কাৰ প্ৰাক্তন সকলক প্ৰদান কৰা হয়, তেওঁলোকৰ অৰিহণা ওপৰত ভিত্তি কৰি।
বিশ্ব atheletics দিৱস
প্রত্যেক বছৰে ৫ মে তাৰিখে বিশ্ব atheletics দিৱস পালন কৰা হয় ।১৯৯৬ চনৰ পৰা এই দিনটো বিশ্ব atheletics দিৱস হিচাপে পালন কৰি থকা হৈছে।
এই দিৱসৰ মূল উদ্দেশ্য সমুহ:
১) ক্ৰীয়াৰ বিষয়ে জনতাক অধিক সজাগ কৰা আৰু নতুন প্ৰজন্মক ক্রীয়াৰ গুৰুত্ব তা ওপৰত জ্ঞান দিয়া।
২) প্ৰত্যেক বিদ্যালয় তথা শিক্ষা অনুষ্ঠানত atheletics ক মৌলিক ক্ৰিয়াৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা।
৩) ক্রীয়াৰ ক্ষেত্ৰত এনে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যত খেলুৱৈ আৰু খেলৰ মাজত এক সংযোগ স্থাপন হয়।
৪) প্ৰত্যেক বিদ্যালয় ত atheletics ক নাম্বৰ ১ ক্ৰীয়া হিচাপে প্ৰতিষ্ঠা কৰিব লাগে।
৫) বিশ্ব atheletics ৰ মূল কাৰ্য্যালয় মনাকো (monaco) ত আছে।
Stop tokyo Olympic কি?
- বৰ্তমান অলিম্পিক ক লৈ যি এক ঢৌ চলিছে সেইয়া হৈছে stop tokyo Olympic। ই এক অনলাইন যোগে সচেতন কৰিবলৈ মানুহক আৰম্ভ কৰা এক অভিযান। যাৰ মূল উদেশ্য হৈছে যে চলিত বৰ্ষত যি অলিম্পিক আয়োজন কৰা কথা আছিল সেইয়া বন্ধ কৰা।
- এই অভিযানে অনলাইন যোগে প্ৰকাশ পোৱা ২ দিনৰ ভিতৰত প্ৰায় ২০০০০০০ স্বাক্ষৰ যোগে সন্মতি পাবলৈ সক্ষম হয়।
- বৰ্তমান সময়ত জাপানে কৰুণা ৰ চতুৰ্থ ঢৌ লগত মোকাবিলা কৰি আছে যাৰ বাবে, বৰ্তমান সময়ত এইয়া অনুষ্ঠিত কৰাটো একেবাৰে অসম্ভৱ।
- আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে biosecurity protocol ৰ প্ৰকাশ কৰিছে যত উল্লেখ আছে exposure notification ক মানি চলা কথা।
- Exposure notification হৈছে যে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত ডিজিটেলী সংযোগ হব পাৰিব। মোবাইল এপ্লিকেচন যুক্ত এটা ধাৰণা।যিটো গুগল আৰু এপলৰ দ্বাৰা প্ৰকাশ পোৱা গৈছে।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বৌদ্ধিক সম্পত্তিৰ ত্যাগ
- ২০২০ চনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই বিশ্ব বাণিজ্য সংগঠনত যি বৌদ্ধিক সম্পত্তি আছে সেই সমুহ ত্যাগ কৰাৰ এক প্ৰস্তাৱ দিয়ে।
- বৰ্তমান সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাই এই প্ৰস্তাৱ ক সন্মতি প্ৰদান কৰিছে।
- যি সমূহ ৰাষ্ট্ৰই মধ্যম উৎপাদনকাৰী , সেই সমূহৰ বাবে কোভিদ ১৯ ৰ ভেকচিন অধিক উৎপাদনত সহায় কৰিব।
Intellectual property waiver ( বৌদ্ধিক সম্পত্তি ত্যাগ) আচলতে কি?
- যি সকলে যেতিয়া কোনো সম্পদৰ আৱিষ্কাৰক হয় তেতিয়া চৰকাৰে এক বিশেষ একা ধিকাৰ তেওঁ লোকক প্ৰদান কৰে।যাৰ অৰ্থ এয়ে যে আন কোনেও তেওঁক নকল নকৰে।
- ইয়াৰ অৰ্থ এইয়া যে বৌদ্ধিক সম্পদৰ ত্যাগ এ মধ্যম উৎপাদন কাৰি দেশক ভেকচিন উৎপাদনত অধিক সহায় কৰিব।
- যাৰ বাবে বিকাশ শীল দেশ সমূহে ইয়াৰ ওপৰত গুৰুত্বতা পোষণ কৰি এই সম্পদৰ ত্যাগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
- বৰ্তমান ১০০ খন দেশৰ ১৬৪ সদস্য ই এই সিদ্ধান্তক সন্মতি প্ৰদান কৰিছে। নতুনকৈ নিউজিলেণ্ড এই সিদ্ধান্তক সন্মতি দিছে।
বিশ্ব পৰিভ্ৰমী দিৱস:
- এই বছৰত মে মাহৰ ৮ তাৰিখ আৰু যোৱা বছৰ অক্টোবৰ মাহৰ ১০ তাৰিখে পালন কৰা হয় এই বিশেষ দিনটো।
- এই দিৱস পালন কৰা মূল উদ্দেশ্য হৈছে যে, প্ৰবাসী যি সমূহ পক্ষী আছে সেই সমূহক সজাগ কৰি তোলা লগতে আনটো ৰাষ্ট্ৰীয় পৰ্যায়ত এই সমুহ সংৰক্ষণ কৰিবলৈ গুৰুত্বতা প্ৰদান কৰা।
- প্ৰত্যেক বছৰে এই দিৱসৰ এটা বিশেষ বিষয় থাকে যত এই বছৰৰ বিষয় হৈছে sing,fly আৰু soar like a bird।
- ২০০৬ চনত ৰাষ্ট্ৰ সংঘই এই দিৱসৰ প্ৰতিষ্ঠা কৰে।
- Conservation of African-Eurasian Migratory Waterbirds.এই চুক্তিৰ আধাৰতে এই দিৱস পালনৰ পোষকতা কৰা হয়।
- Convention on Migratory Species (CMS), Environment for the Americas and the African – Eurasian Waterbird Agreement (AEWA) এই দুটা সংস্থা জঢ়িত এই বিশেষ দিনটো পালনৰ আধাৰত।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ই পোন প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিব special long term repo operations(SLTRO):
- ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ই আৰম্ভ কৰিছে special long term repo operations। যিটো মে মাহৰ প্ৰথম ভাগৰ পৰা আৰম্ভ হব অক্টোবৰ মাহলৈকে।
- এই operation ৰ সময়সীমা তিনি বছৰ লৈকে থাকিব।যত small finance bank সমূহেও অংশগ্ৰহণ কৰিব পাৰিব।
Special Long Term Repo Operations কি?
ইয়াক সহজ ভাষাত long term repo buliu কোৱা হয়।ইয়াৰ দ্বাৰা বেংক সমুহ অতি লাভ বান হয় কিয়নো, ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা repo হাৰত টকা প্ৰদান কৰে। এক বছৰৰ পৰা তিনি বছৰৰ ব্যৱধানত এই সুবিধা দিয়া হয় বেংক সমূহক।
সুবিধা সমুহ কি?
- অতি কম হাৰত , দীৰ্ঘ দিনীয়া পূঁজি লাভকৰে বেংক সমূহে।
- ঋণ গ্ৰস্থ সকলৰ সুদৰ হাৰ কম কৰে এই operatins ৰ জৰিয়তে।
- এই Operation ৰ দ্বাৰা ৰিজাৰ্ভ বেংকে বেংক সমূহৰ পৰা policy হাৰ নকমুৱাকৈ lending হাৰ কমাব পাৰে।
প্ৰহ্লাদ সিং পেটেলৰ G-20 Tourism সভাত অংশগ্ৰহন:
- বৰ্তমান ভাৰ্চুৱে ল যোগে যি ইটালীত গ২০ শীৰ্ষক পৰ্যটন সভা অনুষ্ঠিত হৈছে ৪ মে তাৰিখে তাত অংশ গ্ৰহণ কৰিছে , কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি ৰাজ্য মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে অংশ গ্ৰহণ কৰিছে।
- উক্ত বৈঠক খনৰ মূল উদ্দেশ্য যে পৰ্যটন কেন্দ্ৰিক ব্যৱসায়, চাকৰি আৰু মূল পৰ্যটন ক্ষেত্ৰ সমুহ পাৰ্য্য মনেশংগ্ৰহ কৰা।
- স্থায়ী যি পৰ্যটন স্থল আছে সেই সমুহ আছে তাৰ ওপৰত পলিচি guideline নিৰ্ধাৰিত কৰা।
- তেওঁ গ্ৰীণ travel সন্দৰ্ভত ভাৰত ৰ সমৰ্থন ৰ কথা অৱগত কৰে।
- পৰ্যটন অৰ্থনীতি ক্ষেত্ৰত তেওঁ কয় যে ,এই পৰ্যটন অৰ্থ ব্যৱস্থা পৰিবৰ্তনৰ বাবেই গ্ৰীণ travel ৰ সংযোগতাৰ কথা ও উল্লেখ কৰে।
নতুন মুখ্য মন্ত্ৰী পদত হিমন্ত বিশ্ব শৰ্মা:
- অসমৰ ১৫তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই ।
- অসমৰ নতুন মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হল হিমন্ত বিশ্ব শৰ্মা। পূৰ্বৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগ কৰাৰ পাছতে দাখিল হয় তেওঁৰ নাম।
- ইতিমধ্যে জালুকবাৰী সমষ্টি পৰা বি জে পি দলৰ নেতৃত্ব বহন কৰা হিমন্ত বিশ্ব শৰ্মা, অসমৰ আটাইকেইটা দলৰ নেতাৰ ভিতৰত , সৰ্বোচ্চ ভোটত প্ৰায় ১,৫০০০০ ভোটৰ অধিকাৰী হৈ বিজয় হৈছিল।
- অসমৰ ভিতৰত বিপুল ভোট লাভ কৰা তেওঁ এজন নেতা।
- কলেজীয়া দিনৰ পৰা অধিক ভাৱে ৰাজনীতি ক্ষেত্ৰ খনত জঢ়িত থকা তেওঁ আজি এই পৰ্যায় লাভ কৰিব সক্ষম হৈছে।
Tags :
apsc current affairs
current affairs in assamese
2 thoughts on “APSC Current Affairs in Assamese [ 8th and 9th May PDF ]”