APSC CURRENT AFFAIRS IN ASSAMESE [অসমীয়াত]

APSC CURRENT AFFAIRS IN ASSAMESE





Table of Contents

International Day for Biological Diversity:

  • প্ৰত্যেক বছৰে ২২ মে তাৰিখে এই দিৱস পালন কৰা হয়।

  • এই দিৱস পালনৰ মূল লক্ষ্য হৈছে প্ৰত্যেক ব্যক্তিকে জৈৱ বৈচিত্ৰৰ প্ৰতি সজাগ আৰু সচেতনতা বৃদ্ধি কৰা।

  • এই বৰ্ষৰ এই দিৱস উদযাপন কৰাৰ মূল বিষয় আছিল “We’re part of the solution”।

  • ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ আধাৰৰ পৰা এই দিৱস পালন কৰা হয়।

  • ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউৱৰ্ক অৱস্থিত।

  • Mr Antonio Guterres Secretary-General ৰাষ্ট্ৰসংঘৰ।

শ্ৰী জেষ্কক FIH Athletes’ Committee সদস্য ৰূপে নিযুক্ত:


  • World body’s Executive Board ৰ ভাৰ্শুৱেল অধিবেশনৰ জৰিয়তে শ্ৰী জেষ্ক ক FIH Athletes’ Committee সদস্য ৰূপে নিযুক্ত দিয়ে।

  • হকী খেলৰ তাৰকা খেলুৱৈ ৰূপে নিয়োজিত শ্ৰী জেষ্কক।

  • এইবছৰ চাৰি জনকৈ নতুন সদস্য নিযুক্ত হৈছে।

  • Sreejesh Parattu (IND), Marlena Rybacha (POL), Mohamed Mea (RSA) and Matt Swann (AUS) নতুন সদস্য।

  • FIH Athletes Committee ৰ মূল কাৰ্য্যালয় চুইজাৰলেণ্ড অৱস্থিত।

  • ১৯২৪ চনত প্ৰতিষ্ঠা লাভ কৰিছিল।

Amrit Vahini app ঝাৰখণ্ড উদ্ভাৱন:

  • অনলাইন যোগে এতিয়া চিকিৎসালয়ৰ বিছনা বুক কৰাৰ বাবে Amrit Vahini app ৰ উদ্ভাৱন কৰিছে ঝাৰখণ্ড চৰকাৰে।

  • এই এপৰ উৎক্ষেপণ কৰে CM Hemant Soren।

  • বিছনা বুক কৰাৰ ২ ঘণ্টা লৈকে ইয়াৰ সময়সীমা থাকিব।

  • কৰনাৰ বাবে এতিয়া বিছনাৰ নাটনি হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

  • প্ৰত্যেক চিকিৎসালয়ৰ তথ্য এই app ত উল্লেখ থাকিব।

জাগ্ৰুত ত্ৰিপুৰা:

    • ত্ৰিপুৰা চৰকাৰে উৎক্ষেপণ কৰা এক অনলাইন পৰ্টেল জাগ্ৰুত ত্ৰিপুৰা।




    • যত তেওঁলোকে সকলোধৰণৰ আঁচনি সমূহৰ বিষয়ে উল্লেখ থাকিব।

    • এই আঁচনি সমূহৰ বিষয়ে সচেতন কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে ।

    • বিভিন্ন বিষয়ৰ আঁচনি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

    • Education- 43 schemes.

    • Small Business- 16 schemes

    • Agriculture- 14 schemes.

    • Pension – 12 schemes.

    • Health and Medical- 10 schemes.

    • Housing- 7 schemes.

    • Social Services- 6 schemes.

    • Fisheries- 1 schemes.




  • Jio Group named EasyGov এ এই অনলাইন পৰ্টেল নিৰ্মাণ কৰিছে।

Dipcovan কি?

  • ই হৈছে এক Covid-19 antibody detection kit।

  • ২১ মে তাৰিখে ইয়াক DRDO এ উৎক্ষেপণ কৰে।

  • Defense Institute of Physiology and Allied Sciences (DIPAS) সহযোগত ইয়াত নিৰ্মাণ কৰা হয়।

  • ৭৫ ঘণ্টাৰ ভিতৰত ই সঠিক ফলাফল দিব পাৰে ।

  • সবাতকৈ তাৎক্ষণিক ই এক পৰীক্ষা নিৰীক্ষণ পদ্ধতি।




2 thoughts on “APSC CURRENT AFFAIRS IN ASSAMESE [অসমীয়াত]”

Leave a Comment

error: Content is protected !!