Olympic Day ( অলিম্পিক দিৱস)

ৰাষ্ট্ৰীয় অলিম্পিক দিৱস:





প্ৰতি বছৰে জুন মাহৰ ২৩ তাৰিখে ৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয়। অলিম্পিক খেলত মানুহৰ সজাগতা বৃদ্ধি কৰাৰ কাৰণে। অলিম্পিকৰ তিনিটা মূল কথা হ’ল ‘গতি ‘ শিক্ষা ‘ আৰু ‘আৱিষ্কাৰ’ ।

ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে খেলুৱৈসকলক খেলত নিয়োজিত কৰায় সিহঁতৰ বয়স,লিংগ,সামাজিক প্ৰস্থিতি আৰু খেলৰ দক্ষতা অনুসৰি।
২০২১ চনৰ ৰ অলিম্পিক দিৱসৰ মূল বিষয় আছিল –

“stay healthy “, ” stay strong “, “stay active ” with the Olympic day workout on 23 June”.

Leave a Comment

error: Content is protected !!