Current affairs for APSC 2021
1/ Border road organisation (BRO)
সীমা পথ সংস্থা
ভাৰতৰ সীমা পথ সংস্থা এনে এক transnational সংস্থা যিয়ে সশস্ত্ৰ বলৰ কৌশলগত প্ৰয়োজনীয়তা সমুহ পূৰণ কৰিবলৈ প্ৰতিবদ্ধ।
- এই সংস্থা টো গঠন হৈছিল ১৯৬০ চনৰ ৭ মে তাৰিখে আৰু ২০১৫ চনত প্ৰতিৰক্ষা বাহিনীৰ অধীনত কাম কৰিছিল।
- ইয়াৰ মূল কাম হৈছে উত্তৰ আৰু উত্তৰ পূবৰ যি পথ কাৰ্য্য তন্ত্ৰ বা network আছে সেই সমুহ উন্নয়ন তথা চোৱাচিতা কৰা।
- এই সংস্থাটোৱে শান্তি আৰু যুদ্ধৰ ক্ষেত্ৰত বেলেগ বেলেগ কাম কৰে।
- শান্তিৰ ক্ষেত্ৰত, ই সীমা এলেকাৰ পথ সমূহৰ আন্তঃ গাঠনি ওপৰত গুৰুত্ব দিয়াৰ লগতে সীমা ৰাজ্য সমূহৰ সামাজিক অৰ্থনৈতিক উন্নয়নৰ ওপৰত গঅৱদান আগবঢ়াই।
- যুদ্ধৰ সময়ত নিয়ন্ত্ৰণ ৰেখাৰ (line of control) আধাৰিত পথৰ চোৱাচিতা কৰে লগতে চৰকাৰৰ দ্বাৰা দিয়া অতিৰিক্ত কাৰ্য্যৰ সম্পাদন কৰে।
- এই সংস্থাৰ প্ৰথম মহিলা কমণ্ডিং অফিচাৰ হিছাপে নিযুক্তি দিয়ে বৈখালি এইচ হীৱাছক।
- তেওঁ এম্ তেক ডিগ্ৰী ধাৰি লগতে কাৰ্গিল ত তেওঁ কাম কৰা অভিজ্ঞতা আছে।
- তেওঁ মহাৰাষ্ট্ৰৰ বাৰ্ধৰ নিবাসী।
2/ DRDO ( ৰক্ষা অনুসন্ধান আৰু বিকাশ সংগঠন) এ এক স্বদেশী হেলিকপ্টাৰ ইঞ্জিনত প্ৰয়োগৰ বাবে single crystal blade technology প্ৰায়োগিক বিকাশ কৰে। যত ই hindustan aeronautics limited( HAL) ক ৬০ খন এই single crystal blade ৰ যোগান ধৰে।
- Drdo ৰ মতে ই এক কাৰ্যক্ৰম ৰ অংশ যিটো defence metallurgical research laboratory দ্বাৰা লোৱা হৈছিল।
- বৰ্তমানলৈ ৪ টা set যোগান ধৰা সম্পূৰ্ণ হৈছে বৰ্তমান সময়ত।
- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজ নাথ সিঙে শুভেচ্ছা প্ৰদান কৰে DRDO,HAL আৰু সমগ্ৰ উদ্যোগক যে কঠিনতম প্ৰযুক্তিবিদ্যা উন্নয়নত সংযুক্ত হৈ থকা বাবে।
single crystal blade ৰ প্ৰয়োগ কিয় কৰা হয় ?
- ই হেলিকপ্টাৰ খনক অধিক শক্তিশালী কৰি তোলে যি অতিপাত কঠিনতম অভিযানত সক্ষম কৰি তুলিব পাৰে।
- যিকোনো অতিমাত্ৰা গৰমত সম সাময়িক সহ্য কৰিব পাৰে কোনো নিকেল যুক্ত আধৰত ইয়াক তৈয়াৰ কৰা হয়।
- অতি কম দেশতহে এই single crystal blade যুক্ত হেলিকপ্টাৰ আছে ইংলেন্ড, ফ্ৰান্স, ৰাছিয়া আদিৰ দৰে দেশে এনে হেলিকপ্টাৰ ব্লেড ৰ নিৰ্মাণত আগবঢ়া।
3/Defender Europe 21:
উত্তৰ আটলান্টিক সন্ধি সংস্থা ( North Atlantic Treaty Organization) এ সংযুক্ত দেশ আমেৰিকা আৰু আন দেশ সমূহৰ সৈন্য বলৰ লগত আলবেনিয়াত সংযুক্ত সৈন্য অনুশীলন “Defender Europe 21” আৰম্ভ কৰিছে। যিটো পশ্চিমবলকেন্তত দ্বিতীয় বিশ্ব যুদ্ধৰপাছত এক বৃহৎ মাপৰ অনুশীলন বুলিব পাৰি । আলবেনিয়াত সংযুক্ত logistic over the shore এ “defender Europe-21” ত এক গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিছে।
- এই বৃহৎ মাপৰ বাৰ্ষিক অনুশীলন আমেৰিকাৰ সেনাৰ নেতৃত্বাধীন বহু ৰাষ্ট্ৰীয় ব্যায়াম , যি প্ৰকৃতিৰ ৰক্ষা আৰু আক্ৰমণাত্মক পৰিস্থিতিৰ ওপৰত কেন্দ্ৰিত।
- এই বছৰত নাটো ৰ লগত সহযোগিতা কৰিছে এই অনুশীলন কৰিবলৈ।
- ২৮০০০ আমেৰিকা, ২৬ ৰাষ্ট্ৰৰ সহযোগী ফৰ্চে অাৰু৩০ ৰ অধিক ক্ষেত্ৰত একেলগে এইবাৰ অনুশীলন কৰিব ।
4/ প্ৰথমবাৰৰ বাবে ভাৰতত 3D প্রিন্টিং হাউচৰ উদ্বোধন:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতা ৰমনে INDIAN INSTITUTE OF TECHNOLOGY MADRAS (IIT) ভাৰতীয় প্ৰায়োগিক সংস্থান মাদ্ৰাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতত 3D প্রিন্টিং হাউচৰ ভাৰসুৱেলি উদ্বোধন কৰে।
এই 3D প্রিন্টিং হাউচৰ ধাৰণা ইতিমধ্যে প্ৰাক্তন IITian সকলে এই ধাৰণা সন্দৰ্ভত আলোচনা কৰিছিল, এক মহলীয়া এটা ঘৰত যি 3D প্রিন্টিং হাউচ,সেইয়া ৬০০ বৰ্গ ফুটৰ ক্ষেত্ৰত পাঁচ দিনত নিৰ্মাণ কৰা হৈছিল। ২০২২ চনৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকলোৰে বাবে আৱাস যোজনাৰ আঁচনি ত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হব ।
এই 3D প্রিন্টিং হাউচ এক প্ৰকাৰৰ আই আই টি মাদ্ৰাচৰ আধাৰিত এক প্ৰথম গাঁথনি ,যি TVASTA Manufacturing Solutions অধীনত।
Habitat for Humanity’s Terwilliger Centre for Innovation সহযোগত এই সমগ্ৰ 3D প্রিন্টিং হাউচৰ নিৰ্মাণ কৰা হৈছে।
5/ভাৰতীয় ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া ই এক সদস্য হিচাপে বিত্তীয় প্ৰণালীৰ (NGFS) সেউজী় কৰণ ( Greening) বাবে কেন্দ্ৰীয় বেংক আৰু পৰ্যবেক্ষণ নেটৱৰ্কৰ লগত সহযোগিতা আগবঢ়াইছে। যত কেন্দ্ৰীয় বেংক ২৩ এপ্ৰিল ২০২১ ত NGFS ৰ লগত সংযুক্ত হল।
ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া ই NGFS ৰ লগত সহযোগিতা কৰাৰ পাছত আৰু বিত্তীয় প্ৰণালীৰ সেউজিকৰণ ৰ ওপৰত প্ৰভাৱ পেলাবলৈ অপেক্ষা কৰিছিল, যিয়ে জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰতো এক বিশেষ তাৎপৰ্য প্ৰদৰ্শণ কৰে।
২০১৭ চনৰ ১২ ডিচেম্বৰত হোৱা পেৰিছ ৱান প্লেনেট চামিতত NGFS গ্ৰুপৰ কেন্দ্ৰীয় বেংক আৰু পৰ্যবেক্ষক সকলে সৰ্বোত্তম অনুশীলন তথা পৰিৱেশ উন্নয়ণ আৰু জলবায়ু সংশয় পৰিচালনাৰ ওপৰত এক গুৰুত্ব পূৰ্ণ অৰিহণা আগবঢ়াই।
যিয়ে এক স্থায়ী বিত্তীয়তাৰ পৰিবৰ্তন ৰ ওপৰত এক গুৰুত্বতা বহন ৰ ওপৰত অৰিহণা যোগাইছিল।