Okeanos Explorer কি হয় ?
এইখন হৈছে এখন জাহাজ যি নিৰ্মাণ কৰি উলিয়াইছে National Oceanic and Atmospheric Administration (NOAA). এইখন পৰ্ট কৰ্নিভেলৰ পৰা ১৪ মে,২০২১ ত প্ৰস্থান কৰে।
- ই দুই সপ্তাহৰ এক অভিযান যত, সামুদ্ৰিক গতি,নিৰীক্ষণ কৰি ,সামুদ্ৰিক গৱেষণাৰ ওপৰত গুৰুত্ব দিব।
- ইয়াত সংযোজন থকা থ্ৰি দি মানচিত্ৰই সমুদ্ৰ পৃষ্ঠৰ তলি ভাগৰ বিশাল ক্ষেত্ৰক আগুৰি প্ৰতিছবি লোৱাত সহায়ক হব।
- ইয়াত এনে এক আধুনিক তেকনলজিৰে গঠিত যাৰ নাম হৈছে orephus।
Orephus কি?
- ই হৈছে বৃহৎ শক্তিশালী স্থিতি নিৰুপক এক যন্ত্ৰ।
- আটাইতকৈ ঘোৰ অন্ধকাৰ, সীমা হিন এলেকাটো ই স্থিতি বিচাৰি উলিয়াব পাৰে।
- ইয়াৰ ওজন ২৫০ কিলো গ্ৰাম।
- ইয়াক এইদৰে প্ৰস্তুত কৰা হৈছে যাতে খুব তাৎক্ষণিক গতি আৰু অনায়াসে ইফালৰ পৰা সিফাল যাব পাৰে।
- ইয়াক প্ৰস্তুত কৰি উলিয়াইছে Jpl আৰু wood hole ocenographic institute এ।
Hadal zone কি?
- ই আটাইতকৈ গভীৰ সামুদ্ৰিক ক্ষেত্ৰ।
- ৬০০০ মিটাৰৰ পৰা ১১,০০০ মিটাৰ দৈৰ্ঘ্যৰ ভিতৰলৈ থাকে।
- বৰ্তমান ৫ টা deeps expedition উৎক্ষেপণ কৰা হৈছে।
International day of living together in peace
- প্ৰত্যেক বছৰে International day of living together in peace এই দিৱস ৰাষ্ট্ৰসংঘ আৰু বিভিন্ন সংস্থাই বিভিন্ন এলেকাত বিশ্বৰ পালন কৰে।
- এই দিৱস পালন কৰা মূল লক্ষ্য হল আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি কৰা,মানৱ অধিকাৰক সন্মান প্ৰদৰ্শন কৰা, জাতি,ধৰ্ম,বৰ্ণ, নিৰ্বিশেষে সকলোকে স্বাধীনতা প্ৰদান কৰা।
- ২০০০ চনৰ পৰা এই দিৱস পালন কৰা হৈছে।
- প্ৰত্যেক বছৰে ১৬ ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰা হয় ।
United nations peacekeeping fund কি?
- ১৯৪৫ চনত প্ৰতিষ্ঠা হয় এই পূঁজি।
- শান্তি শৃংখলা বজাই ৰখা ৰ ওপৰত ই গুৰুত্ব দিয়ে।
- ৯০,৯০৫ কৰ্মকৰ্তা ইয়াৰ অধীনত কৰ্মৰত।
- ৰাষ্ট্ৰ সংঘই ৬.৫৮ বিলিয়ন পূঁজি ইয়াৰ বাবে আগবঢ়াই।
Andera meza ২০২০ চনৰ মিছ ইউনিভাৰচ বিজয়ী
- মিছ ইউনিভাৰচ ২০২০ চনৰ বিজয়ী ৰূপে খিতাপ লাভ কৰিছে andera meza এ।
- ৭৪ খন দেশৰ সৈতে মোকাবিলা কৰি অবশেষত বিজয়ী ৰূপেৰে ঘোষিত হল তেওঁ।
- মে ১৬ তাৰিখে ২০২১ ত আয়োজন কৰা হয় এই প্ৰতিযোগিতা , যিহেতু ২০২০ চনৰ কৰনা মহামাৰীৰ বাবে বাতিল হৈছিল এই প্ৰতিযোগিতা।
- এই বিশ্ব খ্যাত প্ৰতিযোগিতা খন আয়োজন কৰে miss universe organisation যিটো আমেৰিকাত অৱস্থিত।
- ই এক বিশ্ব ভিতৰত সকলোতকৈ বৃহৎ সৌন্দৰ্য্য ভিত্তিক প্ৰতিযোগিতা।
- বাকী কেইটা miss world,miss international আৰু miss earth ৰূপে খ্যাত।
দেশত মুকলি হ’ল ডি আৰ ডি অ’ৰ কোভিডৰ দৰৱ ডি অক্সি–ডি– গ্লুকজ
- প্ৰতিৰক্ষা গৱেষণা সংস্থাই প্ৰস্তুত কৰি উলিয়াইছে কোভিডৰ দৰৱ deoxy-D-glucose 2-DG জৰুৰীকালীন ব্যৱহাৰৰ বাবে সোমবাৰে মুকলি কৰি দিয়া হয়।
- সমগ্ৰ দেশতে এই দৰৱ বিধৰ ১০ হাজাৰটা পালি প্ৰাথমিক অৱস্থাত মুকলি কৰি দিয়া হৈছে।
- প্ৰতিৰক্ষা গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি deoxy-D-glucose 2-DG নামৰ দৰৱ বিধ গৱেষণা প্ৰতিষ্ঠানটোৱে দীৰ্ঘ গৱেষণাৰ অন্ত প্ৰস্তুত কৰি উলিয়াইছে।
- হায়দৰাবাদস্থিত ডঃ ৰেড্ডীজ লেবৰেটৰীজৰ সহযোগিতাত প্ৰতিৰক্ষা গৱেষণা সংস্থাই এই দৰৱ বিধ প্ৰস্তুত কৰিছে।
- সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এই দৰৱ ব্যৱহাৰ কৰাৰ পিছত কোভিড ৰোগীৰ কোভিডৰ RT-PCR পৰীক্ষাৰ ফলাফল নিগেটিভ অহা পৰিলক্ষিত হৈছে।
- দৰৱ বিধ পাউদাৰৰ ৰূপত উপলব্ধ হ’ব বুলি প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে
ভাৰতীয় আমেৰিকান নীৰা তেন্দেনক white house ৰ জেষ্ঠ্য উপদেষ্টা হিচাপে নিযুক্তি
- আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইদেনৰ জেষ্ঠ্য উপদেষ্টা white House ত নিযুক্তি ভাৰতীয় আমেৰিকান নীৰা তেন্দেন।
- বৰ্তমান তেওঁ Center for American Progress (CAP). ত CEO অাৰু প্ৰেচিদেন্ত হিছাপে কৰ্মৰত।
- পূৰ্বতে তেওঁ US Department of Health and Human Services. ৰ জেষ্ঠ্য উপদেষ্টা হিচাপে কৰ্মৰত আছিল।
- এতিয়াৰ পৰা White House ৰ জেষ্ঠ্য উপদেষ্টা হিচাপে কৰ্মৰত হব তেওঁ।
- HS 1st Year Online Admission 2023 – Higher Secondary Admission
- Assam HSLC Compartmental Exam Form 2023: Online Application for SEBA 10th Supplementary Exam
- GK Quiz [10 Questions]
- Assam HS Result 2023 Date, Check Now AHSEC Result | Assam 12th Result at resultsassam.nic.in
- DHS Assam Result 2023 – Grade III (Non-Technical) Written Test Result pdf