APSC Current Affairs in Assamese [ 11th to 14th May PDF Download]
APSC Current Affairs in Assamese [ 11th to 14th May PDF ] আন্তৰ্জাতিক নাৰ্চ দিৱস : International council for nurse ৰ আধাৰত ১৯৬৫ চনৰ ১২ মে তাৰিখে পৰা এই দিৱস উদযাপন কৰি অহা হৈছে। এই দিনটোৰ প্ৰত্যেকে দিনা নাৰ্চ সকলে শিক্ষা গত আৰু ৰাজহুৱা বাৰ্তা সামগ্ৰী বিতৰণ কৰে। ফ্লৰেন্স নাইটিং গেল তেওঁ আধুনিক নার্সিংৰ …