কুইজ (০৮ জুন)
১) পৃথিৱীৰ উচ্চতম মূৰ্তিটোৰ নাম কি?
২) পৃথিৱীৰ বৃহত্তম গুহা মন্দিৰটো হ’ল-
৩) পৃথিৱীৰ বৃহত্তম ব-দ্বীপটো হ’ল-
৪) পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ খন হ’ল-
৫) পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো হ’ল-
উত্তৰ সমূহ –
১) Statue of Unity
২) ইলোৰা
৩) সুন্দৰবন
৪) এছিয়া
৫) মাজুলী