অসমীয়া কুইজ

অসমীয়া কুইজ

 

১) শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?

 

উত্তৰ- ৰামসিংহ

 

২) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?

উত্তৰ- ২৬ ফেব্ৰুৱাৰী,১৮৫৮ ।

 

৩) শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?

উত্তৰ- লাচিত বৰফুকন

 

৪) হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল

উত্তৰ – ছুজাউদ্দিন মহম্মদ শ্বাহ

 

৫) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?

উত্তৰ – ১৯৪৩ চনত।

 

 

৬) মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ?

উত্তৰ- ভগদত্ত

 

৭) বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?

উত্তৰ- অনিৰুদ্ধ

 

৮) অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?

উত্তৰ- জ্যোতিপ্ৰসাদ আগৰৱালা।

 

৯) চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন ?

উত্তৰ- ড° ভূপেন হাজৰিকা।

 

১০) প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?

উত্তৰ- যতীন্দ্ৰ নাথ দুৱৰা।

 

 

১১) প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?

উত্তৰ- সেউতী

 

১২) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?

উত্তৰ- বনকুঁৱৰী

 

১৩) অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?

উত্তৰ- ৰজনীকান্ত বৰদলৈ

 

১৪) “মিৰিজীয়ৰী” উপন্যাসখনৰ লেখক কোন ?

উত্তৰ- ৰজনীকান্ত বৰদলৈ

 

 

 

 

Leave a Comment

error: Content is protected !!